চিটি বাচৰ ঘটনা

Rinku Rajowar
0
চিটি বাছ গণেশগুৰিৰ পৰা পানবজাৰলৈ বুলি সুমিলা উঠি গৈ আছিল.......।
অলপ দূৰ যোৱাৰ পিছতে ল'ৰা এজনক মানুহে মাৰ-পিত কৰিছে -- কাৰোবাৰ কিবা বস্তু চুৰ কৰিলে হেনো ..।
তাই মাৰ-পিতবােৰ চাই আছিল । ইমান পিতিছে !!

ইতিমধ্যে সুমিলাৰ চিটি বাচৰ পৰা নমাৰ সময় হ'ল !! নামিবলৈ লওঁতে বেগতো ইফালে-সিফালে চালে নাপালে ---🤔🤔, তাৰ পিছত চিন্তা কৰিলে - অ' তাৰ মানে 🤔🤔চুৰে চােৰ কৰা বেগতোৱেই  মোৰ মণিবেগ  আছিল ।।🤔🤔

তাই গমেই পোৱা নাছিল, তাই বহাৰ পাচতেই তাইৰ বেগটাে চুৰে নিলে বুলি !!!
নামিবৰ সময়তহে গম পালে বাচৰ ভিতৰৰ মাৰ-পিতৰ কাৰণতো !!!
বাছত বহিয়েই থমথম মদন গোপাল বহাদি বহি আছিল - কোন পলকত চুৰে নিছিল তাই পাত্তাই নাপালে !!!!!

নিজৰ ওপৰতে হাঁহি উঠিল সুমিলাৰ !!! চুৰক কৰা মাৰ-পিত ভাল এনজয় কৰিছিলোঁ -- ইপিনে মোৰেই বেগ আছিল -- ছেঃ কি হাঁহি উঠা 🤔🤔 

🖋️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)