শ্ৰদ্ধাৰ তৰুণ গগৈদেৱক সুৱঁৰি-মীনা পামে গাম

মৃত্যুৱে নাজানে সময় 
লৈ যায় প্ৰাণবায়ু ।

যুগৰ অৱসান ঘটাই
বিদায় ল'লা, 
সমগ্ৰ অসমবাসীৰ হৃদয়ে হৃদয়ে
বেদনাৰ অশ্ৰু অঞ্জলী 
তোমাৰ বাবে ॥

বিচক্ষণ ৰাজনীতিবিদ
সুদক্ষ মন্ত্ৰী
অসমক শাসিলা
এক দুৰ্যোগপূৰ্ণ সময়ত ॥

নিৰ অহংকাৰী সাংসদ, মন্ত্ৰী,
বিধায়ক হৈয়ো 
অহংকাৰে ঠাই নাপালে
তোমাৰ মনত ॥

সদা হাঁহি 
কোমল মতীয়া
ল'ৰা মতীয়া
তোমাৰ ভাক্ষ্যই 
মন মুহিচিল
অসমৰ জনগণক ॥

অসমৰ ৰাজনীতি জগতৰ পিতাস্বৰূপ,
kind hearted, jolly  man,
Oh we never forget you,
Really we lost a good leader,
A great lost for Assam.
A big gap appeared in Assam.

তোমাৰ কৰুণ মৃত্যুৰ বাতৰিয়ে
আমাৰ মন কোঙা কৰি পেলালে
নেতা বিহীন ৰাজনীতিৰে
আমি জীয়াই থাকিব লাগিব !
সচাঁকৈ চিন্তনীয় !!

নেতা বাচিবা - বিচক্ষণ,
যদিহে নাবাচা বিচক্ষণ নেতা---
তেন্তে চলিব লাগিব মূৰ্খৰ আদেশত ...॥

এতিয়া আমি কাক বাচিম
সুদক্ষ নেতাবিহীন ৰাইজ আমি ॥
তোমাৰ আত্মাক প্ৰণামিলোঁ 
আমাক নেতৃত্ব দিবলৈ আৰু নাহা 
তোমাক - বৰ প্ৰয়োজন আছিল
এই জটিল ক্ষণত ॥
বিদায় বিদায় বিদায় ॥॥॥

📝মীনা পামে গাম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send