মৃত্যুৱে নাজানে সময়
লৈ যায় প্ৰাণবায়ু ।
যুগৰ অৱসান ঘটাই
বিদায় ল'লা,
সমগ্ৰ অসমবাসীৰ হৃদয়ে হৃদয়ে
বেদনাৰ অশ্ৰু অঞ্জলী
তোমাৰ বাবে ॥
বিচক্ষণ ৰাজনীতিবিদ
সুদক্ষ মন্ত্ৰী
অসমক শাসিলা
এক দুৰ্যোগপূৰ্ণ সময়ত ॥
নিৰ অহংকাৰী সাংসদ, মন্ত্ৰী,
বিধায়ক হৈয়ো
অহংকাৰে ঠাই নাপালে
তোমাৰ মনত ॥
সদা হাঁহি
কোমল মতীয়া
ল'ৰা মতীয়া
তোমাৰ ভাক্ষ্যই
মন মুহিচিল
অসমৰ জনগণক ॥
অসমৰ ৰাজনীতি জগতৰ পিতাস্বৰূপ,
kind hearted, jolly man,
Oh we never forget you,
Really we lost a good leader,
A great lost for Assam.
A big gap appeared in Assam.
তোমাৰ কৰুণ মৃত্যুৰ বাতৰিয়ে
আমাৰ মন কোঙা কৰি পেলালে
নেতা বিহীন ৰাজনীতিৰে
আমি জীয়াই থাকিব লাগিব !
সচাঁকৈ চিন্তনীয় !!
নেতা বাচিবা - বিচক্ষণ,
যদিহে নাবাচা বিচক্ষণ নেতা---
তেন্তে চলিব লাগিব মূৰ্খৰ আদেশত ...॥
এতিয়া আমি কাক বাচিম
সুদক্ষ নেতাবিহীন ৰাইজ আমি ॥
তোমাৰ আত্মাক প্ৰণামিলোঁ
আমাক নেতৃত্ব দিবলৈ আৰু নাহা
তোমাক - বৰ প্ৰয়োজন আছিল
এই জটিল ক্ষণত ॥
বিদায় বিদায় বিদায় ॥॥॥
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ