সপোনৰ ৰাতি-হুমায়ুন কবিৰ

©Admin
0
প্ৰিয়তমা! তুমি জানানে আজি কোন ৰাতি??
আজি আমাৰ সেই সপোনৰ ৰাতি, যাৰ অপেক্ষাত আমি আপোন পাহৰা হৈ আছিলোঁ।
আজি সেই ৰাতি যাৰ সপোন দেখিছিলোঁ দুয়ো মিলি।
আজি সেই ৰাতি যাক পোৱাৰ কাৰণে ব্যাকুল হৈ আছিল দুয়োৰে হিয়াখন।
প্ৰিয়তমা! কি ভাবিছা? ব'লা আমি এই সপোনৰ ৰাতিটো মৰমেৰে পাৰ কৰো।
প্ৰিয়তমা! ব'লা আমি আমি হেৰাই যাওঁ ভালপোৱাৰ দেশত।
প্ৰিয়তমা! কিনো ভাবিছা? ব'লা আমি ভালপোৱাৰ পৃথিৱীত সপোনৰ ঘৰখন সাজোগৈ।
       
✍️হুমায়ুন কবিৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)