চৌদিশে আমোল-মোল ফুলৰ সুগন্ধ ৷
ৰং-বিৰঙৰ পক্ষীৰ কলৰৱত
পাওঁ যে মই , কিমান আনন্দ।
লহপহীয়া ধানৰ পথাৰত
গছ-লতিকাৰ সেউজীয়া পাতত
মাথোঁ আনন্দই আনন্দ
অপূৰ্ব শুৱনি এই বিশ্ব ধৰা
সকলো দেখোন আনন্দৰে ভৰা ।
✍🏻জোনাকী কুর্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ