আনন্দ-জোনাকী কুর্মি

আনন্দ , আনন্দ ! কিমান যে আনন্দ,
চৌদিশে আমোল-মোল ফুলৰ সুগন্ধ ৷
          ৰং-বিৰঙৰ পক্ষীৰ কলৰৱত
      পাওঁ যে মই , কিমান আনন্দ।
     লহপহীয়া ধানৰ পথাৰত
      গছ-লতিকাৰ সেউজীয়া পাতত
       মাথোঁ আনন্দই আনন্দ
       অপূৰ্ব শুৱনি এই বিশ্ব ধৰা
সকলো দেখোন আনন্দৰে ভৰা ।
     
            ✍🏻জোনাকী কুর্মি   

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send