সাধাৰণ জ্ঞান

১) কোন খন চহৰক "অসমৰ সাংস্কৃতিক ৰাজধানী" বুলিও কোৱা হয়?

উঃ যোৰহাট

২) অসমৰ প্ৰথম অনা-চৰকাৰী মহাবিদ্যালয় হৈছে-

উঃ জে. বি. কলেজ, যোৰহাট

৩) কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?

উঃ ছেপ্টেম্বৰ২০১৬ চন

৪) যাদৱ পায়েংৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল?

উঃ মলাই হাবি

৫) কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে "সংৰক্ষিত বন" ( Reserve Forest) হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?

উঃ ১৯০৮

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send