১) কোন খন চহৰক "অসমৰ সাংস্কৃতিক ৰাজধানী" বুলিও কোৱা হয়?
উঃ যোৰহাট
২) অসমৰ প্ৰথম অনা-চৰকাৰী মহাবিদ্যালয় হৈছে-
উঃ জে. বি. কলেজ, যোৰহাট
৩) কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়?
উঃ ছেপ্টেম্বৰ, ২০১৬ চন
৪) যাদৱ পায়েংৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল?
উঃ মলাই হাবি
৫) কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে "সংৰক্ষিত বন" ( Reserve Forest) হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?
উঃ ১৯০৮
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ