নিয়তি-মেৰী টিগ্গা

সময়ৰ গতিৰ লগে লগেই হেৰাই গ'ল মিচিকিয়া হাঁহি।অজানিতে লুপ্ত হ'ল সুমধুৰ কন্ঠ আৰু স্বপ্ন। দুদিনীয়া জীৱনত ফাকুৱাৰ ৰঙৰ নিচিনাকৈ ইজনে-সিজনৰ লগত হিংসা-কপটতাৰ ফাকু খেলিবলৈ আৰম্ভ কৰিলে আৰু দিনক-দিনে সেই ফাকু সানি অলেখে মৃত্যুক আঁকোৱালি ল'লে। উচ্চ-নীচ ব্যৱধানৰ সীমাই দেখা দিলে। সময়ৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ  অকালতে বহুতো সপোন চূৰমাৰ হৈ গ'ল। কিমান আৰু ভুক্তভোগীয়ে ভুগিব লাগিব নিয়তিৰ  ফলেই তাৰ পৰিণাম।

✍️মেৰী টিগ্গা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send