সময়ৰ গতিৰ লগে লগেই হেৰাই গ'ল মিচিকিয়া হাঁহি।অজানিতে লুপ্ত হ'ল সুমধুৰ কন্ঠ আৰু স্বপ্ন। দুদিনীয়া জীৱনত ফাকুৱাৰ ৰঙৰ নিচিনাকৈ ইজনে-সিজনৰ লগত হিংসা-কপটতাৰ ফাকু খেলিবলৈ আৰম্ভ কৰিলে আৰু দিনক-দিনে সেই ফাকু সানি অলেখে মৃত্যুক আঁকোৱালি ল'লে। উচ্চ-নীচ ব্যৱধানৰ সীমাই দেখা দিলে। সময়ৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ অকালতে বহুতো সপোন চূৰমাৰ হৈ গ'ল। কিমান আৰু ভুক্তভোগীয়ে ভুগিব লাগিব নিয়তিৰ ফলেই তাৰ পৰিণাম।
✍️মেৰী টিগ্গা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ