আজি হ'ল ১ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮২তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৮৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোনঃ
* আজি বিশ্ব চিকিৎসক দিৱস।
* আজি ৰাষ্ট্ৰীয় ডাক কৰ্মচাৰী দিৱস।
* আজি ৰাষ্ট্ৰীয় গাণনিক দিৱস।
* আজি ৰাষ্ট্ৰীয় ডাক টিকট দিৱস।
* আজিৰ দিনটোতেই ১৯৬১ চনত ৰাজকুমাৰী ডায়েনাৰ জন্ম হৈছিল ।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব