০১ জুলাই-ইতিহাসৰ পাতত আজিৰ দিনটো

আজি হ'ল ১ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৮২তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৮৩ দিন বাকী থাকে। বুৰঞ্জীৰ  পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোনঃ

* আজি বিশ্ব চিকিৎসক দিৱস।

* আজি ৰাষ্ট্ৰীয় ডাক কৰ্মচাৰী দিৱস।

* আজি ৰাষ্ট্ৰীয় গাণনিক  দিৱস।

* আজি ৰাষ্ট্ৰীয় ডাক টিকট দিৱস।

* আজিৰ দিনটোতেই ১৯৬১ চনত ৰাজকুমাৰী ডায়েনাৰ জন্ম হৈছিল ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send