অসম গৌৰৱ লাভলীনা বৰগোহাঁই

Rinku Rajowar
0
💐শুভেচ্ছাৰে লাভলীনালৈ💐
আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবাসী আৰু  বিশ্ববাসীৰ গৌৰৱ লাভলীনা বৰগোহাঁই। অসমৰ প্ৰথম মহিলা অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁই। কালি দিনটোত অৰ্থাৎ ৩০/০৭/২০২১ তাৰিখে সমগ্ৰ বিশ্ববাসী আগত লাভলীনাই নিজৰ নাম লগতে অসম তথা ভাৰতবৰ্ষ আৰু গোলাঘাট জিলাৰ বৰপথাৰৰ নাম ইতিহাসত ৰাখিলে। আপোনাক আমি অসমবাসীয়ে খেলুৱৈ হিচাপে মনত ৰাখিব বিচাৰো। আপুনি যাতে  এই  ক্ৰিয়া জগতৰ পৰা কেতিয়াও অব্যাহতি নলয়। শেষত, আপোনালৈ অলেখ শুভকামনা থাকিল লগতে আপোনাৰ সু- স্বাস্থ্য আৰু উজ্বল ভৱিষ্যত কামনা কৰিলো।✨

✍🏻সংযুক্তা দত্ত (দেৰগাঁও) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)