৩ জুলাই-ইতিহাসত আজিৰ দিনটো

৩ জুলাই (ইংৰাজী3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰ শেষ হ'বলৈ ১৮১ দিন বাকী থাকে।

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
  • ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।
  • ১৯৮২ - আজি হৰভজন সিং ৰ জন্ম দিন , ভাৰতীয় ক্ৰিকেটাৰ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send