আজিৰ ৰাশিফল -৬ শাওণ শুক্ৰবাৰ ২৩ জুলাই ২০২১

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৬শাওণ, শুক্ৰবাৰ ,ইং ২৩ জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫১/২২সূৰ্য্যাস্ত ঘ:৬/৭/৪

ৰাশি :-  ধনু ৰাশি।ৰা:ঘ:- ৮/১৭/৪১ যোৱাত মকৰ ৰাশি।
তিথি - শুক্লা চতুৰ্দশী।ঘ:- ৯/৫০/০ লৈ।
নক্ষত্ৰ : - পুৰ্ব্বষাঢ়া।ঘ:- ২/৩২/৪৯ লৈ।
শুভ সংখ্যা :- ৬/৮
শুভ ৰং :-  চিত্ৰবিচিত্ৰ/ কজলা।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা :- পশ্চিম দিশত নাই ।ঘ:- ৯/৫০/০ যোৱাত বাযু কোনত নাই।
 যোগিনী :- পশ্চিম দিশত ।ঘ:- ৯/৫০/০ যোৱাত বাযু কোনত।
মৰণত দোষ:-   নাই।ঘ:- ২/৩২/৪৯-যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- মাটিমাহ, আমিষ খোৱা নিষেধ।

১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, অৰ্থ লাভ হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ   বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও বিদ্যাৰ্থ সকলৰ বিদ্যা আহৰণত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.  *মিথুন ৰাশি* :- মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, বেচা কিনাত সফল হব, লগতে কৰ্মত যোগাযোগ  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মবোৰ সামান্য জতিলতা মাজেৰে সফল হব,লগতে  সজাগ নহলে সামান্য ব্যয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৫.  *সিংহ ৰাশি* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে সামান্য ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি*: - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সজাগ নহলে সামান্য গৃহ অশান্তি ভাৱ বাঢ়িব পাৰে, কৰ্মত সজাগ নহলে  অপমানিত  হব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, বন্ধু লাভ হব লগতে  সমস্যাৰ সমাধান  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত বন্ধু লাভ হব, যদিও কৰ্মত সামান্য সমস্যাৰ সৃষ্টি হব পাৰে, লগতে মনত সামান্য ভয় ভাৱ  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* : - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, মনৰ আশা পুৰণ হব, লগতে ধন সন্মান লাভ   হোৱাৰ  যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন লাভ হব ,কৰ্মত সন্মান লাভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি* :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান লাভ হব, যদিও সজাগ নহলে সামান্য খৰছ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)