- ১৮৭৬ - মহেন্দ্ৰলাল সৰকাৰে উচ্চ শিক্ষাৰ জাতীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ প্ৰথম বিজ্ঞান গৱেষণা কেন্দ্ৰ ইণ্ডিয়ান এছ'চিয়েছন ফৰ দা কালটিভেছন অৱ চাইঞ্চ কলকাতাত প্ৰতিষ্ঠা কৰে।
- ১৯১১ - কলকাতাৰ মোহনবাগান এথলেটিক ক্লাবে ইষ্ট ইয়ৰ্কছায়াৰ ৰেজিমেণ্ট দলক পৰাস্ত কৰি প্ৰথম আইএফএ শ্বিল্ড লাভ কৰে।
- ১৯৪৭ - অসমত ৭.৩ ৰিখটাৰ স্কেলৰ প্ৰাৱল্য়ৰ ভূমিকম্প হৈছিল। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত অসমত হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে।
- ১৯৫৭ - ৰাষ্ট্ৰসংঘই অষ্ট্ৰিয়াৰ ভিয়েনাত আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সন্থা স্থাপন কৰিছিল।
- ১৯৫৮ - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছা (ইংঃ National Aeronautics and Space Administration বা NASA) গঠন কৰা হয়।
- ২০০৬ - শ্ৰীলংকাৰ ক্ৰিকেটৰ মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰই টেষ্ট ক্ৰিকেট ৬২৪ ৰাণৰ যুটিৰ বিশ্ব ৰেকৰ্ডৰ সৃষ্টি কৰে। দক্ষিণ আফ্ৰিকাৰ লগত হোৱা এই টেষ্ট ক্ৰিকেট খেলখন ২৭ জুলাই, ২০০৬ চনত কলম্বোত আৰম্ভ হৈছিল।
২৯ জুলাই- ইতিহাসৰ পাতত আজিৰ দিনটো
July 29, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ