অসমীয়া সাধাৰণ জ্ঞান- ২৯ জুলাই

0
প্র : গুপ্তবংশৰ সর্বশ্রেষ্ঠ ৰজা কোন? 
উত্তৰ : সমুদ্রগুপ্ত। 

প্র : সমুদ্রগুপ্ত কি ধৰ্মৰ পৃষ্ঠপােষক আছিল?
উত্তৰ :  হিন্দু। 

প্র : সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল— 
উত্তৰ : শতকর্ণী। 

প্র : ‘সৌন্দৰানন্দ’ কাব্য ৰচনা কৰিছিল— 
উত্তৰ :  অশ্বঘােষে

প্র : বুদ্ধচৰিত ৰচনা কৰিছিল—
উত্তৰ :  অশ্বঘােষে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)