প্র : গুপ্তবংশৰ সর্বশ্রেষ্ঠ ৰজা কোন?
উত্তৰ : সমুদ্রগুপ্ত।
প্র : সমুদ্রগুপ্ত কি ধৰ্মৰ পৃষ্ঠপােষক আছিল?
উত্তৰ : হিন্দু।
প্র : সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল—
উত্তৰ : শতকর্ণী।
প্র : ‘সৌন্দৰানন্দ’ কাব্য ৰচনা কৰিছিল—
উত্তৰ : অশ্বঘােষে
প্র : বুদ্ধচৰিত ৰচনা কৰিছিল—
উত্তৰ : অশ্বঘােষে