৩১ জুলাই- ইতিহাসত আজিৰ দিনটো

🔴১৯৩৩ চনত আজিৰ দিনটোতে পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।

🔴২০০৪ চনত আজিৰ দিনটোতে তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা প্ৰদান কৰা হৈছিল।

🔴১৯৭০ চনত আজিৰ দিনটোতে ফণী শৰ্মাৰ মৃত্যু হয় , তেওঁ এগৰাকী অসমীয়া অভিনেতা আছিল 

🔴১৯৮০  চনত আজিৰ দিনটোতে মহম্মদ ৰফিৰ মৃত্যু হয় , তেওঁ এগৰাকী ভাৰতীয় সঙ্গীত শিল্পী আছিল 

🔴২০০৪ চনত আজিৰ দিনটোতে অজান বৰুৱাৰ মৃত্যু হয় , তেওঁ অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক আছিল 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send