৩১ জুলাই- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
🔴১৯৩৩ চনত আজিৰ দিনটোতে পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।

🔴২০০৪ চনত আজিৰ দিনটোতে তুলসী দাসলৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা প্ৰদান কৰা হৈছিল।

🔴১৯৭০ চনত আজিৰ দিনটোতে ফণী শৰ্মাৰ মৃত্যু হয় , তেওঁ এগৰাকী অসমীয়া অভিনেতা আছিল 

🔴১৯৮০  চনত আজিৰ দিনটোতে মহম্মদ ৰফিৰ মৃত্যু হয় , তেওঁ এগৰাকী ভাৰতীয় সঙ্গীত শিল্পী আছিল 

🔴২০০৪ চনত আজিৰ দিনটোতে অজান বৰুৱাৰ মৃত্যু হয় , তেওঁ অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক আছিল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)