উঃ মহাৰাজ নৰনাৰায়ণৰ দিনত।
২.ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উঃ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী।
৩.ভাৰতত প্ৰথমে টকাৰ প্ৰচলন কোনে কেতিয়া কৰিছিল?
উঃ শ্বেৰচাহে।
৪.হাতত পুলি ৰোৱা ভাৰতীয় জনৰ নাম কি?
উঃ ডাকৌৰ ৰামদাস বোধানী।
৫.অমিতা ফলত থকা এনজাইম বিধৰ নাম কি?
উঃ পেপেইন।
৬.কোনবিধ উদ্ভিদৰ ফলৰ পৰা চকলেট তৈয়াৰ কৰা হয়?
উঃ ককও গছ(Theobroma cacao)
৭.কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অ'জন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ'ব ধৰিছে?
উঃ ক্ল'ৰফ্ল'ৰ কাৰ্বন।
৮.চলচিত্ৰৰ আৱিস্কাৰক কোন?
উঃ ফ্ৰিজগ্ৰীণ।
৯.কোনখন গ্ৰন্থক 'সাম্যবাদৰ বাইবেল' আখ্যা দিয়া হয়?
উঃ ডাছ কেপিটেল।
১০.যদি এজন খেলুৱৈৱে শূন্য (cannon) স্ক'ৰ কৰে ,তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি?
উঃ বিলিয়াৰ্ডছ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ