দৈনিক ৰাশিফল - ২৮ জুলাই

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
১১শাওণ, বুধবাৰ ,ইং ২৮জুলাই ২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫৩/১২সূৰ্য্যাস্ত ঘ:৬/৫/২৮

ৰাশি :-  কুম্ভ ৰাশি।ঘ:- ৭/১৮/১ যোৱাত মীন ৰাশি।
তিথি - কৃষ্ণ পঞ্চমী। শে:ৰা:ঘ:- ৪/৩৮/৫৪লৈ।
নক্ষত্ৰ : - পূৰ্ব্বভাদ্ৰপদ।ঘ:- ১/২৮/১০ লৈ।
শুভ সংখ্যা :- ৪/৫
শুভ ৰং :- ৰঙা / ধোৱাৱৰণ
আদ্যঋতু হলে - দূৰ্ভগা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই । শে:ৰা:ঘ:- ৪/৩৮/৫৪ যোৱাত পশ্চিম দিশত নাই।
 যোগিনী :- দক্ষিণ দিশত । শে:ৰা:ঘ:- ৪/৩৮/৫৪ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ:- দ্বিপদ ।ঘ:- ১/২৮/১০যোৱাত নাই।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ  শে:ৰা:ঘ:- ৪/৩৮ /৫৪  যোৱাত নিমতিতা খোৱা নিষেধ।

১. *মেষ ৰাশি*: - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, বিদ্যাৰ্থী সকলৰ শুভ হব, লগতে সঞ্চয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*: - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব যদিও যদিও সজাগ নহলে আৰ্থিক দিশত সামান্য নাটনি হব পাৰে লগতে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*:  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, কৰ্মত যোগাযোগৰ সুযোগ লাভ হব, লগতে কৰ্মত সফল  হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*: - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে জ্ঞান লাভ  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশি* :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, লগতে মনত সুখ শান্তি  বৃদ্ধি হোৱাৰ যোগ দেখা যায়া।

৬. *কন্যা ৰাশি*: - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত মনৰ সামান্য পৰিৱৰ্তন হব পাৰে , সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে,  লগতে আজি দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* : - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি*: - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, বন্ধু লাভ হব, যদিও সজাগ নহলে সামান্য মানসিক দিশটো দুৰ্বল হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি*: - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত শুভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি*:  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন সম্পত্তি বাঢ়িব, যদিও আজি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*: - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত দেহ মনত শান্তি বাঢ়িব, আলহীৰ আগমন হব , লগতে কৰ্মত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-* মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, লগতে আজি মনত আনন্দ বাঢ়িব , আজি বিলাসিতা বাঢ়িব যদিও সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)