দৈনিক ৰাশিফল - ৭ শাওণ শনিবাৰ ২৪ জুলাই ২০২১

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৭শাওণ, শনিবাৰ ,ইং ২৪জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫১/৩৯সূৰ্য্যাস্ত ঘ:৬/৬/৫৫

ৰাশি :- মকৰ ৰাশি।
তিথি - পূৰ্ণিমা।ঘ:- ৪/৫১/৩৯ লৈ।
নক্ষত্ৰ : - উত্তৰষাঢ়া।ঘ:- ১/৩১/৪৩ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং :-  নীলা/ কলা।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা :- বাযু কোনত নাই ।ঘ:- ৭/৫৬/৪৬ যোৱাত পূৱ দিশত নাই।
 যোগিনী :- বাযু কোনত ।ঘ:- ৭/৫৬/৪৬ যোৱাত পূৱ দিশত।
মৰণত দোষ:-ত্ৰিপদ ।ঘ:- ১/৩১/৪৩ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- আমিষ ঘ:৭/৫৬/৪৬ যোৱাত কোমোৰা খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সন্মান লাভ হব,যদিও সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে ভ্ৰমণত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ শুভ হব, আজি বিবাদ নিস্পত্তিৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন হব, বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য বিষণ্ণ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, বন্ধু লাভ হব যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি-সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি সকলো দিশতে সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব, ৰোগাৰোগ্য হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সমস্যাৰ সমাধান হব,  কৰ্মত সফল হব, লগতে আজি শত্ৰুৰ পৰাজয়  হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, ৰোগাৰোগ্য হব যদিও সজাগ নহলে আজি সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগা দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত ভ্ৰমণত শুভ হব, কৰ্মত সন্মান লাভ হব, লগতে ধনাগমন  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন  বৃদ্ধি হব, সন্মান লাভ হব, যদিও সজাগ নহলে সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আগমন বাঢ়িব, মনত শান্তি বাঢ়িব, লগতে আজি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা  যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)