- আজি ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
- আজি ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
- ১২০৬ চনৰ আজিৰ দিনটোতে - কুটুবউদ্দিন আইবাক লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
- ১৯৮৩ চনৰ আজিৰ দিনটোতে - প্ৰখ্যাত অভিনেতা মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ১৯৮৫ চনৰ আজিৰ দিনটোতে - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে - প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে - সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০০ চনৰ আজিৰ দিনটোতে - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
- ২০০৭ চনৰ আজিৰ দিনটোতে - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
২৪ জুলাই-ইতিহাসৰ পাতত আজিৰ দিনটো
July 24, 2021
0
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ