দৈনিক ৰাশি ফল-১৪ শাওণ শনিবাৰ ৩১জুলাই

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 ১৪শাওণ, শনিবাৰ ,ইং ৩১জুলাই,২০২১। 
সূৰ্য্যোদয় ঘ:৪/৫৪/৪৫সূৰ্য্যাস্ত ঘ:৬/৩/৪৯

ৰাশি :- মেষ ৰাশি।
তিথি - কৃষ্ণ সপ্তমী। প্ৰা:ঘ:- ৬/৪৫/৪২ লৈ
নক্ষত্ৰ : - অশ্চিনী ।স:ঘ:- ৬/২৪/৩৬ লৈ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং :- নীলা/ কলা ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- বাযু কোনত নাই ।প্ৰা:ঘ:- ৬/৪৫/৪২ ঈশান কোনত নাই।
 যোগিনী :- বাযু কোনত।প্ৰা:ঘ:- ৬/৪৫/৪২ ঈশান কোনত।
মৰণত দোষ:- দ্বিপদ ।প্ৰা:ঘ:- ৬/৪৫/৪২ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- তাতা খোৱা নিষেধ।প্ৰা:ঘ:- ৬/৪৫/৪২ যোৱাত নাৰিকল, আমিষ খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি বন্ধু বান্ধৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সামাজিক সন্মান বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি সকলো দিশতে সজাগ হোৱাটো ভাল হব। 

৫. *সিংহ ৰাশি* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশত সামান্য জতিলতা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, শুভ সংবাদ লাভ হব, লগতে আজি আপুনি সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ বৃদ্ধি হব, কৰ্মত বন্ধুৰ সহায় লাভ হব, লগতে উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, আলহীৰ আগমন হব পাৰে, লগতে আজি সন্মান বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত সামান্য জতিলতাৰ মাজেৰে কামবোৰ সমাপন হব, লগতে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিৱৰ্তন আহিব পাৰে, লগতে কৰ্মত সামান্য জতিলতা আহিব পাৰে লগতে আজি সজাগ নহলে আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব , লগতে আজি আপুনি জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান সম্পত্তি লাভ হব, যদিও আজি সজাগ নহলে সামান্য ব্যয়ও বাঢ়িব, লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী 

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)