✅১৮২৮ চনৰ আজিৰ দিনটোতে- কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
✅১৮৯৭ চনৰ আজিৰ দিনটোতে- ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
✅১৯২১ -চনৰ আজিৰ দিনটোতে কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
✅১৯৭৪ -চনৰ আজিৰ দিনটোতে ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
✅১৯৯১ -চনৰ আজিৰ দিনটোতে এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
✅১৯৯৫ চনৰ আজিৰ দিনটোতে ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
✅ আজি ৰাজীৱ গান্ধীৰ জন্মদিন, তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আছিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ