Homeকবিতা মানৱীয়তা কোন দিশে-পাৰ্বতী কুর্মী August 06, 2021 0 কন্টকময়ৰ প্ৰয়োভৰে বিস্তাৰিত অংগীমা।।।যাউতি যুগীয়া মনোধাৰাৰ।।নাহিল কেতিয়াও ঔষধ।।হয়তো অনিৰ্দিষ্ট কাললৈ নাহে কেতিয়াও!!!!তই,মইৰ মাজত আমি হেৰাই থাকিল?বাহাল থাকিল, আছে স্বাৰ্থপৰতা....... আৰু কিমান দিনলৈ??নকলোৱে সমানতা,বাদ দিয়া প্ৰস্হিতি, অন্ততঃ মানুহক মানুহ হিচাপে গণ্য কৰা। Tags: কবিতা পাৰ্বতী কুর্মী