আজিৰ দিনটোৰ বিশেষত্ব-৩ আগষ্ট

©Admin
0
 আজি হ'ল ৩ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২১৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৫০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---
* আজি তৰমুজ দিৱস।
* আজি গুইনাৰ স্বাধীনতা দিৱস।
* আজিৰ দিনটোতেই ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দন্ত চিকিৎসা সংগঠনৰ জন্ম হৈছিল।
* আজিৰ দিনটোতেই ১৯১৪ চনত জাৰ্মানীয়ে ফ্ৰান্সৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিল।
* আজি প্ৰখ্যাত ভাৰতীয় ক্ৰিকেটাৰ বলবিন্দৰ সিং সিন্ধুৰ জন্মদিন।
* হিন্দুস্তান টাইমচৰ প্ৰাক্তন সম্পাদক দেৱদাস মোহনদাস গান্ধীৰ  (মহাত্মা গান্ধীৰ কনিষ্ঠ পুত্ৰ) আজি মৃত্যু দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)