আজিৰ দিনটোৰ বিশেষত্ব-৩ আগষ্ট

 আজি হ'ল ৩ জুলাই। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২১৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৫০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহকচোন---
* আজি তৰমুজ দিৱস।
* আজি গুইনাৰ স্বাধীনতা দিৱস।
* আজিৰ দিনটোতেই ১৮৫৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দন্ত চিকিৎসা সংগঠনৰ জন্ম হৈছিল।
* আজিৰ দিনটোতেই ১৯১৪ চনত জাৰ্মানীয়ে ফ্ৰান্সৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিছিল।
* আজি প্ৰখ্যাত ভাৰতীয় ক্ৰিকেটাৰ বলবিন্দৰ সিং সিন্ধুৰ জন্মদিন।
* হিন্দুস্তান টাইমচৰ প্ৰাক্তন সম্পাদক দেৱদাস মোহনদাস গান্ধীৰ  (মহাত্মা গান্ধীৰ কনিষ্ঠ পুত্ৰ) আজি মৃত্যু দিৱস।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send