= ট্ৰিষ্টা ব্ৰগমজা চুনহাই।
২. কাশ্মীৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল?
= শ্বেখ আব্দুলা।
৩. ভাৰতত প্ৰথম পঞ্চ বাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
= ১৯৫১ চনত।
৪. শ্বেত বিপ্লৱৰ আৰম্ভণি ক'ত হৈছিল?
= গুজৰাট।
৫. ভাৰতবৰ্ষই সাৰ্বজনীন মানৱ অধিকাৰৰ জাননীত কেতিয়া চহী কৰে?
= ১৯৪৮ চন।
৬. জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূলমন্ত্ৰ কি আছিল?
= পঞ্চশীল নীতি।
৭. গোষ্ঠী নিৰপেক্ষতাৰ আৰম্ভণি কোনে কৰিছিল?
= ভাৰত।
৮. ৰাজীৱ- লংগোৱাল চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
= ১৯৮৪ চন।
৯. তেলেগু দশম কোন ৰাজ্যৰ আঞ্চলিক দল?
= অন্ধ্ৰপ্ৰদেশ।
১০. মণ্ডল আয়োগ কেতিয়া গঠিত হৈছিল?
= ১৯৭৯ চন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ