শুভ জন্মাষ্টমী -শ্ৰীকৃষ্ণ পৰা জানিব লগীয়া ৫ টা বাণী -সংযুক্তা দত্ত

Rinku Rajowar
0
ভগৱান শ্ৰীকৃষ্ণই জীৱনত বহুত কিবা কিবি হেৰুৱাইছিল, প্ৰথমতে নিজৰ মাক দেউতাকক, তাৰ পাছত নন্দ যশোদাক , তাৰ পাছত ৰাধাক আকৌ তাৰ পাছত গকুল আৰু মথুৰা  জীৱনটোত কিবা নহয় কিবা হেৰুৱাইছিল। কিন্তু হেৰুৱা নাছিল শ্ৰীকৃষ্ণৰ সকৰাত্মক চিন্তা আৰু ভগৱান শ্ৰীকৃষ্ণৰ হাঁহি। ইয়াৰ পৰা বুজা যায় যে  আমি জীৱনৰ যিকোনো পৰিস্থিতি তে ভাল চিন্তা কৰিব লাগে আৰু হাঁহি থাকিব লাগে।                             
               
শ্ৰীকৃষ্ণ পৰা জানিব লগীয়া ৫ টা বাণী ------                
১) কৰ্ম কৰা ফলৰ আশাবাদ দিয়া।          ২) পৃথিৱীত যি হয় তাৰ পাছত কিবা এটা নহয় এটা কাৰণ থাকেই।                          
৩) বৰ্তমানত জীয়াই থাকক।   
৪) খং ক সদায় নিজৰ অধীনত ৰাখক। কাৰণ - খংঙে বুদ্ধিক শেষ কৰি পেলাই।                        ৫) কোৱা হয় যে -- পাণ্ডৱহে মহাভাৰতৰ যুদ্ধত জয় হৈছিল। কিন্তু নহয় সাৰথি ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈয়ে মহাভাৰতৰ যুদ্ধত জয় হৈছিল। ইয়াৰ পৰা বুজা যায় যে কামৰ কোনো সৰু বৰ নাই।  
        
            ✍🏻  সংযুক্তা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)