ৰাশিফল-২৭ আগষ্ট

অসমীয়া সাহিত্যৰ চানেকি
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১০ ভাদ , শুক্ৰবাৰ ,ইং ২৭ আগষ্ট,২০২১। সূৰ্য্যোদয় ঘ:৫/৪/৫৮,সূৰ্য্যাস্ত ঘ:৫/৪৪/৫৮

ৰাশি :-  মেষ ৰাশি।
তিথি - কৃষ্ণ পঞ্চমী।ৰা:ঘ:- ৬/৩৭/৩৮লৈ
নক্ষত্ৰ : - অশ্বিনী।ৰা:ঘ:- ১/৪০/৫৬লৈ।
শুভ সংখ্যা :- ৪/৬
শুভ ৰং :- বগা/ বিচিত্ৰ ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা :- দক্ষিণ দিশত নাই।ৰা:ঘ:- ৬/৩৭/৪৮ যোৱাত পশ্চিম দিশত নাই।
 যোগিনী :- দক্ষিণ দিশত।ৰা:ঘ:- ৬/৩৭/৪৮ যোৱাত পশ্চিম দিশত।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ, ৰা:ঘ:- ৬/৩৭/৩৮  যোৱাত তিতা খোৱা নিষেধ।

YouTube Link :-       https://youtu.be/AFgSaKKkwpQ
               
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  আত্মীয়ৰ আগমন হব, কৰ্মত শুভ হব, লগতে দ্ৰব্য  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগ লাভ হব, ভ্ৰমণত সফল হব লগতে আজি আপোনাৰ মনৰ চিন্তা ভাৱনাবোৰ দুৰ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনটো আজি চঞ্চল হব পাৰে , লগতে আজি আপোনাৰ ঘৰুৱা দিশত সামান্য সামান্য অশান্তি বিঢ়িব পাৰে লগতে আজি দিনটোত আপুনি আৰ্থিক আৰু শাৰীৰিক দিশত সজাগ হৈ থাকিব।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও কৰ্মক্ষেত্ৰত আৰু আৰ্থিক দিশত আজি আপুনি সজাগ হব,লগতে আজি আপুনি সজাগ নহলে বন্ধু বা আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ধন সন্মান লাভ হব, লগতে আজি আপোনাৰ মনৰ আশা পুৰণ  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, ধন সন্মান লাভ হব, লগতে আজি বিদ্যাৰ্থী সকলৰ শুভ হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফল হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে খেতিয়ক সকলে সামান্য কৰ্মত জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  উত্তম ভোজন লাভ হব,কৰ্মত সফল হব, লগতে আজি আপুনি মৰম চেনেহ লাভ হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত ভ্ৰমণত শুভ হব, প্ৰেমত শুভ হব  যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আপুনি ঘৰুৱা কাম কাজত সজাগ নহলে সামান্য মনোমালিন্য হব পাৰে লগতে আজি আপুনি কৰ্মত সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সফল হব যদিও সজাগ নহলে সামান্য বন্ধু ক্লেষ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)