সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
1
১.পৰমানন্দ ৰাজবংশীৰ 'অনল' কথাছবিৰ পটভূমি কি?
উঃ ঐতিহাসিক পথৰুঘাট।
২.কোন গৰাকী অসমীয়া সাহিত্যিকৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে 'বসন্ত কাল' নামৰ এটা কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী' আলোচনীত প্ৰকাশ পাইছিল?
উঃ অতুল চন্দ্ৰ হাজৰিকা।
৩.ভাৰতীয় হকী দলে বৰ্তমানলৈ অলিম্পিকত কিমানটা পদক লাভ কৰিছে?
উঃ ১১টা।
৪.অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ কোন?
উঃ লাভলীনা বৰগোঁহাই।
৫.অসম-মিজোৰাম সংঘৰ্ষত অসমৰ কিমানজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে?
উঃ ৬জন।
৬.অসমৰ মুঠ গাওঁ কিমান খন?
উঃ২৬৩১২ খন।
৭.  অসমত গাওঁ পঞ্চায়ত কিমান খন আছে?
উঃ ২৪৮৯খন।
৮.অসমত আৰক্ষী থানা কিমান খন?
উঃ ২৪৩খন।
৯.অসমত আৰক্ষী চকী কিমান খন?
উঃ ১৬৩খন।
১০.সুমথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি?
উঃ বাৰগাটে।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment