উঃ ঐতিহাসিক পথৰুঘাট।
২.কোন গৰাকী অসমীয়া সাহিত্যিকৰ অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে 'বসন্ত কাল' নামৰ এটা কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী' আলোচনীত প্ৰকাশ পাইছিল?
উঃ অতুল চন্দ্ৰ হাজৰিকা।
৩.ভাৰতীয় হকী দলে বৰ্তমানলৈ অলিম্পিকত কিমানটা পদক লাভ কৰিছে?
উঃ ১১টা।
৪.অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ কোন?
উঃ লাভলীনা বৰগোঁহাই।
৫.অসম-মিজোৰাম সংঘৰ্ষত অসমৰ কিমানজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে?
উঃ ৬জন।
৬.অসমৰ মুঠ গাওঁ কিমান খন?
উঃ২৬৩১২ খন।
৭. অসমত গাওঁ পঞ্চায়ত কিমান খন আছে?
উঃ ২৪৮৯খন।
৮.অসমত আৰক্ষী থানা কিমান খন?
উঃ ২৪৩খন।
৯.অসমত আৰক্ষী চকী কিমান খন?
উঃ ১৬৩খন।
১০.সুমথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি?
উঃ বাৰগাটে।
Great ..thank you
ReplyDelete