০৬ আগষ্ট-ইতিহাসৰ পাতত আজিৰ দিনটো

অসমীয়া সাহিত্যৰ চানেকি
0
⭕১৯৪৫ চনত আজিৰ দিনটোতে আমেৰিকাই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।

⭕১৯৩৩ চনত আজিৰ দিনটোতে এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ জন্ম হৈছিল (মৃত্যু ১৯৮৭)

⭕১৯৯৭ চনৰ আজিৰ দিনটোতে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু , প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।

⭕২০০৩ চনৰ আজিৰ দিনটোতে- ৰবীন বেনাৰ্জীৰ মৃত্যু , অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।

⭕২০১৬ চনৰ আজিৰ দিনটোতে- মহিম বৰাৰ মৃত্যু , অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)