০৬ আগষ্ট-ইতিহাসৰ পাতত আজিৰ দিনটো

⭕১৯৪৫ চনত আজিৰ দিনটোতে আমেৰিকাই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।

⭕১৯৩৩ চনত আজিৰ দিনটোতে এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ জন্ম হৈছিল (মৃত্যু ১৯৮৭)

⭕১৯৯৭ চনৰ আজিৰ দিনটোতে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু , প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।

⭕২০০৩ চনৰ আজিৰ দিনটোতে- ৰবীন বেনাৰ্জীৰ মৃত্যু , অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।

⭕২০১৬ চনৰ আজিৰ দিনটোতে- মহিম বৰাৰ মৃত্যু , অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send