অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১)অসমৰ প্ৰথম সংবাদ পত্ৰৰ
নাম কি?
=অৰুণোদয়
২)অসমৰ প্ৰথম সাদিনীয়া
সংবাদ পত্ৰখনৰ নাম কি?
=আসাম মিহিৰ
৩)অসমৰ প্ৰথম অসমীয়া
দৈনিক বাতৰি কাকত খনৰ
নাম কি?
=দৈনিক বাতৰি
৪)অসমৰ প্ৰথম ইংৰাজী
দৈনিক বাতৰি কাকত খনৰ
নাম কি?
=The Assam Tribune
৫)অসমৰ প্ৰথম শিশু
আলোচনীৰ নাম কি?
=লৰাবন্ধু
৬)অসমৰ প্ৰথম মহিলা
আলোচনী খনৰ নাম কি?
=ঘৰ জেউতি
৭)অসমৰ প্ৰথম ব্যংগ আলোচনী
খনৰ নাম কি?
=বিহলঙনী
৮)অসমৰ প্ৰথম কৃষি আলোচনী
খনৰ নাম কি?
=আসাম কৃষক
৯)অসমৰ প্ৰথম কার্টুন
আলোচনী খনৰ নাম কি?
=কার্টুন
১০)অসমৰ প্ৰথম তিনি
দিনীয়া বাতৰি কাকত খনৰ
নাম কি?
=অসম বাতৰি
১১)অসমৰ প্ৰথম সাপ্তাহিক
আলোচনী খনৰ নাম কি?
=নবযুগ
১২)অসমৰ প্ৰথম মাহেকীয়া
বিজ্ঞান আলোচনী খনৰ নাম
কি?
=নতুন আৱিস্কাৰ
১৩)ভাৰতৰ জাতীয় লাইব্ৰেৰী
ক'ত অৱস্থিত?
=কলকাতা
১৪)১৯১৩ চনত অলিম্পিকৰ
পতাকাখনৰ প্ৰথম আর্হি
কোনে প্ৰস্ত্তত কৰে?
=বেৰণ পিয়েৰ ডা কুৱাৰটিন
১৫)কোনখন অলিম্পিকৰ পৰা
অলিম্পিক পতাকা উত্তোলন
কৰা হয়?
=এন্টিৱার্প অলিম্পিকৰ পৰা
(১৯২০ চনৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)