পাহাৰৰ প্ৰেমত - বিমল কুমাৰ দাস

মৰুভূমিত মৰীচিকা খেদি
ক্লান্ত হোৱা মানুহজন।

নাজানো হয় নে নহয় 
বৰ অঁকৰা আছিল তেওঁ।

আকাশখন বোলে পাহাৰত লাগি থকা দেখিছিল। 

এবাৰ আকাশক চুই
 চোৱাৰ হেঁপাহত

পাহাৰৰ প্ৰেমত পৰিছিল।।



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send