Homeকবিতা পাহাৰৰ প্ৰেমত - বিমল কুমাৰ দাস August 02, 2021 0 মৰুভূমিত মৰীচিকা খেদিক্লান্ত হোৱা মানুহজন।নাজানো হয় নে নহয় বৰ অঁকৰা আছিল তেওঁ।আকাশখন বোলে পাহাৰত লাগি থকা দেখিছিল। এবাৰ আকাশক চুই চোৱাৰ হেঁপাহতপাহাৰৰ প্ৰেমত পৰিছিল।। Tags: কবিতা বিমল কুমাৰ দাস