০৫ আগষ্ট - ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৬৬৯ - আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
  • ১৭৭৫ - মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
  • ১৯৯১ - ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্য়িক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য় ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
  • ২০১২ - চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।
  • কৰ্মচাৰী দিৱস। (অসম)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNISEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ পঞ্চম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)