১. ৰাষ্ট্ৰসংঘৰ পূৰ্বে স্হাপন কৰা কিন্তু বিফল হোৱা আন্তঃৰাষ্ট্ৰীয় সংগঠনটো কি?
= জাতিসংঘ।
২. ভাৰতৰ প্ৰথম ব্ৰাহ্মণ শাসক কোন?
= পুষ্যমিত্ৰ শুংগ।
৩. ফেচিবাদৰ স্ৰষ্টা কোন?
= মুছোলিনি।
৪. হিন্দু ধৰ্মত দীক্ষিত হোৱা অসমৰ প্ৰথমটো জনগোষ্ঠী কি?
= চুতীয়া জনগোষ্ঠী।
৫. পাইথ'গোৰাছ কোন দিশৰ মানুহ?
= গ্ৰীচ।
৬. ভাৰতৰ প্ৰথম মহিলা স্নাতক কোন?
= কাদ্মবিনী গাংগুলী আৰু চন্দ্ৰমুখী বসু।
৭. মেছোপটেমিয়াৰ বৰ্তমানৰ নাম কি?
= ইৰাক।
৮. হিটলাৰৰ আত্মজীৱনী খনৰ নাম কি?
= দ্য মেইন কেম্ফ।
সুন্দৰ
ReplyDelete