সাধাৰণ জ্ঞান- কুইজ

Aditi Tanti
1
১. ৰাষ্ট্ৰসংঘৰ পূৰ্বে স্হাপন কৰা কিন্তু বিফল হোৱা আন্তঃৰাষ্ট্ৰীয় সংগঠনটো কি? 
= জাতিসংঘ।
২. ভাৰতৰ প্ৰথম ব্ৰাহ্মণ শাসক কোন? 
= পুষ্যমিত্ৰ শুংগ।
৩. ফেচিবাদৰ স্ৰষ্টা কোন? 
= মুছোলিনি।
৪. হিন্দু ধৰ্মত দীক্ষিত হোৱা অসমৰ প্ৰথমটো জনগোষ্ঠী কি? 
= চুতীয়া জনগোষ্ঠী।
৫. পাইথ'গোৰাছ কোন দিশৰ মানুহ? 
= গ্ৰীচ।
৬. ভাৰতৰ প্ৰথম মহিলা স্নাতক কোন? 
= কাদ্মবিনী গাংগুলী আৰু চন্দ্ৰমুখী বসু।
৭. মেছোপটেমিয়াৰ বৰ্তমানৰ নাম কি? 
= ইৰাক।
৮. হিটলাৰৰ আত্মজীৱনী খনৰ নাম কি?
= দ্য মেইন কেম্ফ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment