২ আগষ্ট আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
🔴চীনৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)

🔴লেবাননৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)

🔴বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNISEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ প্ৰথম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

🔴১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।

🔴১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।

🔴১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।

🔴১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।

🔴১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)