৭ আগষ্ট-ইতিহাসৰ পাতত আজিৰ দিনটো

©Admin
0
আজি হ'ল ৭ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২১৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৪৬ দিন থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

* আজিৰ দিনটোতেই ১৯০৫ চনত স্বদেশী আন্দোলনৰ আৰম্ভ হৈছিল।
* আজিৰ দিনটোতেই ১৯৭৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে এক ৰাসায়নিক বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত স্বাস্থ সংকট ঘোষণা কৰিছিল।
* আজি বিখ্যাত চোৰাংচোৱা মাতা হাৰিৰ জন্মদিন।
* আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন।
* আজিৰ দিনটোতেই ১৭৮২ চনত জৰ্জ ৱাশ্বিংটনে প্ৰথম যুক্তৰাষ্ট্ৰীয় সামৰিক বৃত্তি   (Purple Heart) ৰ ঘোষণা কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)