অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১)ভাগীৰথী নদীত তেহৰী বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: সুন্দৰলাল বহুগুণা।
২)পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: 1972, জুন।
৩)সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে?
উত্তৰ: 33
৪)অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম হ’ল-
উত্তৰ: লিডু আৰু মাৰ্ঘেৰিটা।
৫)বায়ুত প্ৰলম্বিত কণাৰ(SPM) সহনযোগ্য পৰিমাণ কি?
উত্তৰ: প্ৰতি ঘনছেন্টিমিটাৰত 100 মাইক্ৰ’গ্ৰাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)