সাধাৰণ জ্ঞান

অসমীয়া সাহিত্যৰ চানেকি
0
🔰ভাৰতীয় নৌ-সেনাৰ নতুন অধ্যক্ষ কোন?
➖বি.আৰ চৌধুৰী।
🔰বিশ্ব আলঝেইমাৰ দিৱস কেতিয়া?
➖২১ ছেপ্তেম্বৰ।
🔰কোনখন ভাৰতীয় চহৰত একাদশ আন্তঃৰাষ্ট্ৰীয় শান্তি সন্মিলনৰ আয়োজন কৰা হৈছে?
➖লেহ (লাডাখ)।
🔰২১ ছেপ্তেম্বৰ ২০২১-ত ভাৰতৰ কোন দুই সমুদ্ৰ উপকূলক Blue Flag Certificate প্ৰদান কৰা হৈছে?
➖কোৱলম (তামিলনাডু) ইডেন (পডুচেৰী)।
🔰যোগেশ্বৰ সাংগৱান কোন দেশত ভাৰতৰ ৰাজদূত (Ambassador) হিচাপে নিযুক্ত হৈছে?
➖পাৰাগুৱে।
🔰ৰামকৃষ্ণ বাজাজ মেমৰিয়েল গ্ল'বেল বঁটা(২০২১) কোনে পাইছে?
➖গৌতম আদানি।
🔰"Dancing with dreams" কিতাপখন কোনে লিখিছে?
➖আদিত্যনাথ দাস।
🔰"সমুদ্ৰ শক্তি" দ্বিপাক্ষিক নৌ-সেনা অনুশীলন ভাৰতে কোন দেশৰ লগত কৰিছে?
➖ইণ্ডোনেছিয়া।
🔰"দ্য হিমালয়ান ফিল্ম ফেষ্টিভেল" ৰ প্ৰথম সংস্কৰণ ক'ত আয়োজিত হ'ব?
➖লেহ (লাডাখ)।
🔰ৰাফেল উৰুওৱা প্ৰথম মহিলা পাইলট কোন?
➖শিৱাংগী সিং।
🔰ভাৰতীয় বায়ু সেনাৰ প্ৰথম মহিলা ফাইটাৰ পাইলট কোন?
➖ভাৱনা কণ্ঠ।
🔰ভাৰতীয় বায়ু সেনাৰ প্ৰথম মহিলা পাইলট কোন?
➖হৰিনা কৌৰ দেউল। 

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)