অযুত মৰম ভালপোৱাৰ
এজন প্ৰবঞ্চক ।
প্ৰেমৰ মানৱতাক দিনক দিনে
প্ৰতাৰণাৰ দিশলৈ অগ্রসৰ কৰা ,
দস্যু , দানৱ ৰূপী পাষণ্ড ৰিন্টু শৰ্মা ।
কি মোৰ ভুল ? কি মোৰ কপাল ?
জানোচা পূৰ্বজন্মৰ এয়াই মোৰ পাপৰ ফল
শত্ৰু , মিত্ৰ সকলোকে মই চিনিব পাৰিলোঁ ;
এই দুদিনীয়া জীৱনৰ স্বাৰ্থকেন্দ্ৰীক পৃথিৱীত ।
সেই বাবেই মই , নিজক আঁতৰাই আনিছিলোঁ ;
শুদ্ধ পথৰ সন্ধানত , নতুনত্বৰ দিশে অগ্ৰসৰত ।
হয়টো , আকস্মিকভাৱে আহিব বুলি ভবা নাছিলোঁ কাহানিও
শোকাৱহ ঘটনাৰ মৃত্যু দূত হৈ ;
মোৰ বাবে কিমান জনৰ প্ৰাণৰ আঘাত হ'ল ,
সহোদৰ বান্ধৱী কাচমিৰা দত্ত চিৰদিনৰ বাবেই ঘূণীয়া হ'ল ।
হয়টো ভবাই নাছিলোঁ , এনেদৰেই
জীয়াই-জীয়াই দাৰ ঘাপত মানুহ শ্ৰেষ্ঠ জীৱৰ প্ৰাণ যায় বুলি ,
এই কংক্ৰিট সাগৰত , আজীৱন মনত থাকি যাব ;
মোৰ জীৱনৰ শোকাৱহ অপমৃত্যুৰ অলিখিত কাহিনী ।
কোনো পধ্যেই যাতে ;
দোষী সাৰি যাব নোৱাৰে , অচিন দেশত কৰিছোঁ মই প্ৰণতি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ