আজিৰ দিনটোৰ বিশেষত্ব-২৮ ছেপ্তেম্বৰ

©Admin
0
আজি হ'ল ২৮ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৭১ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৯৪ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

♣️আজি আৰ্ন্তজাতিক তথ্য জনাৰ সাৰ্বজনীন অধিকাৰ দিৱস।
♣️আজি বিশ্ব ৰেবিছ দিৱস।
♣️আজিৰ দিনটোতেই ফিলিপাইনছত শিশুৰ অশ্লীল ছবি নিৰ্মাণৰ  বিৰুদ্ধে ৰাষ্ট্ৰীয় সজাগতা দিৱস পালন কৰা হয়।
♣️আজিৰ দিনটোতেই টাইৱানত ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন কৰা হয়।
♣️আজিৰ দিনটোতেই স্বাধীনতা যুদ্ধকালীন আমেৰিকাত ১৭৭৯ চনত মহাদেশীয় কংগ্ৰেছৰ অধ্যক্ষৰূপে ছেমুৱেল হাটিংটনে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
♣️আজিৰ দিনটোতেই ১৮৮৯ চনত ওজন আৰু মাপৰ সামগ্ৰিক সন্মিলনে মিটাৰ এককৰ জোখ নিৰূপণ কৰিছিল।
♣️আজিৰ দিনটোতেই ১৮৯৩ চনত পৰ্টুগীজ ফুটবল ক্লাব (FC Porto)ৰ প্ৰতিষ্ঠা হৈছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)