সাধাৰণ জ্ঞান

©Admin
0
🔰 ফিট ইণ্ডিয়া মোবাইল এপটো কোনে  মুকলি কৰিছে?
➖  ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ।
🔰 পোষণ মাহ ২০২১ কেতিয়া পালন কৰা হৈছে?
  ➖ছেপ্তেম্বৰ।
🔰 ৰাজ্যসভাৰ নৱনিযুক্ত মুখ্য সচিব কোন?
  ➖পি.পি.কে ৰামচাৰ্যলু।
🔰 বিনামূলীয়া পানী যোজনা ভাৰতৰ কোনখন ৰাজ্যই আৰম্ভ কৰিছে?
 ➖গোৱা।
🔰 মাটিকালিৰ হিচাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন?
 ➖গোৱা।
🔰 বিশ্ব নাৰিকল দিৱস কেতিয়া?
  ➖২ ছেপ্তেবৰ।
🔰 ১৮,৬০০ ফুট উচ্চতাত নিৰ্মিত পৃথিৱীৰ আটাইতকৈ ওখ ৰাস্তাটো ক'ত আছে?
 ➖ লাডাখৰ লেহ।
🔰 The Living Mountain কিতাপখন কোনে লিখিছে?
 ➖ অমিতাভ ঘোষ।
🔰 ইলেকট্ৰ'নিক আৱৰ্জনা নিষ্কাষণৰ বাবে e-source নামে অনলাইন প্লেটফৰ্ম কোনে মুকলি কৰিছে?
  ➖IIT মাদ্ৰাজ।
🔰 ৰ'ব'বেংকে প্ৰস্তুত কৰা শীৰ্ষ বিশটা দুগ্ধ কোম্পানীৰ ভিতৰত ভাৰতৰ  আমোল কিমান স্থানত আছে?
 ➖১৮।

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)