২৫ ছেপ্তেম্বৰ-সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰কোনটো সংস্থাই Ease of doing business report জাৰি কৰাত বাধা আৰোপ কৰিছে?
➖বিশ্ব বেংক।
🔰কোন ৰাজ্যই কেটলী মাছক ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰিছে?
➖চিকিম।
🔰এছিয়ান স্নুকাৰ চেম্পিয়নশ্বিপ-২০২১ খিতাপ কোনে লাভ কৰিছে?
➖পংকজ আদৱানী।
🔰ভাৰতৰ ৭০ তম দবা গ্ৰেণ্ডমাষ্টাৰ কোন?
➖আৰ ৰাজা ঋত্বিক।
🔰আন্তঃৰাষ্ট্ৰীয় ৰঙা পাণ্ডা দিৱস ২০২১ কেতিয়া পালন কৰা হৈছে?
➖১৮ ছেপ্তেম্বৰ।
🔰Ek Pahal অভিযানৰ আৰম্ভ কোনে কৰিছে?
➖আইন আৰু ন্যায় মন্ত্ৰণালয়।
🔰ভাৰত-পাক যুদ্ধত বিজয়ী হোৱাৰ ৫০ সংখ্যক বাৰ্ষিকীৰ উপলক্ষ্যত ভাৰতীয় সেনাই ক'ত স্বৰ্ণ বিজয় বৰ্ষ পালন কৰিছে?
➖জয়পুৰ।
🔰ফেচবুক ইণ্ডিয়াৰ জন নীতি পৰিচালক কোন?
➖ৰাজীৱ আগৰৱালা।
🔰UNCTAD-য়ে ২০২১ বৰ্ষত ভাৰতৰ GDP কিমান হ'ব বুলি অনুমান কৰিছে?
➖৭.২% ।
🔰Shining Sikh Youth of India কিতাপখনৰ উন্মোচন কোনে কৰিছে?
➖প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

💠সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)