২৫ ছেপ্তেম্বৰ-ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
▪️১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামাৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে।
▪️১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়।
▪️১৯৩০ এই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
▪️ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ এই দিনটোতে।
▪️ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ এই দিনটোত।
▪️১৯৭৬ চনৰ এই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
▪️এই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
▪️১৯৭০ চনৰ এই দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয়।
▪️১৮৬৬ খ্ৰীষ্টাব্দৰ এই দিনটোতে আমেৰিকান জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
▪️১৮৯৭ খ্ৰীষ্টাব্দৰ এই তাৰিখতে আমেৰিকান উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয়।
▪️এই দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ এই দিনটোতে।
▪️২০২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংগীত শিল্পী এছ. পি. বালসুব্ৰমনিয়মৰ মৃত্যু হয়।
▪️আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)