২৩ অক্টোবৰ- দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
৫ কাতি,শনিবাৰ, ইং ২৩ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৯/৪৪,সূৰ্য্যাস্ত 
ঘ:৪/৪৫/২৩

 *ৰাশি:-*   বৃষ ৰাশি।
 *তিথি :-*  কৃষ্ণা তৃতীয়া। ৰা:ঘ:- ১২/২৭/১৪লৈ।
 *নক্ষত্ৰ :-* কৃত্তিকা। ৰা: ঘ:- ৮/৪৬/১২ লৈ।
 *শুভ সংখ্যা:-* ২/৮
 *শুভ ৰং :-* কলা,নীলা ৰং ।
 *আদ্যঋতু হলে :-* পতিহিতা যোগ।
 *মৰণত দোষ:-* ত্ৰিপদ। ৰা:ঘ:- ৮/৪৬/১২ যোৱত এপদ।
 *যাত্ৰা:-* অগ্নি কোনত নাই।ৰা:ঘ:- ১২/২৭/১৪ যোৱাত নৈঋত কোনত নাই।
 *যোগিনী :-* অগ্নি কোনত ।ৰা:ঘ:- ১২/২৭/১৪ যোৱাত নৈঋত কোনত।
*ভক্ষাভক্ষ্য:-* পটল খোৱা নিষেধ।ৰা:ঘ:- ১২/২৭/১৪  যোৱাত মূলা খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, লগতে মনৰ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত সফল হব, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ  আত্মবিশ্বাস বাঢ়িব, মনৰ আশা বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মত বুদ্ধি বাঢ়িব , যদিও আজি আপুনি সজাগ নহলে সামান্য সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব,যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হব পাৰে লগতে ঘৰুৱা দিশত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত জ্ঞান বাঢ়িব,ধন সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ  সকল হব, মনৰ চিন্তা ধাৰা উন্নত হব, যদিও আজি আপুনি সজাগ নহলে ব্যৱসায়িক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হব, কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য বেয়া সংবাদ পোৱাৰ যোগ  দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, সম্পত্তি লাভ হব, লগতে সু:সংবাদ লাভ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ চিন্তা দুৰ হব, লগতে কৰ্ম ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব পাৰে, শুভ সংবাদ লাভ হব, লগতে উকীল সকলৰ কৰ্মক্ষেত্ৰ শুভ  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                কামাখ্যা গেট ( নাৰ্চাৰী)গুৱাহাটী 

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)