২৯ অক্টোবৰ- ইতিহাসহত আজিৰ দিনটো

Rinku Rajowar
0
▪️১৯২৩ চনৰ আজিৰ দিনটোতে তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
▪️১৯০৮ চনত আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি।
▪️২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।

▪️১৯৫৮ চনৰ আজিৰ দিনটোতে জ্ঞান-মালিনী কবি খ্যাত মৌলবী মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)