✅১৫৮২ -চনৰ আজিৰ দিনটোতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়।
✅১৮২৪ -চনৰ আজিৰ দিনটোতে মেক্সিকো গণৰাজ্যত পৰিণত হয়।
✅১৯১৭ -চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।
✅১৯১৮ -চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধ: এটা বিস্ফোৰণত ১০০ ৰো অধিক লোকনিহত হয় আৰু নিউ জাৰ্চীৰ এটা শ্বেল লোডিং প্ৰকল্প ধ্বংস হয়।
✅১৯৫৭ - চনৰ আজিৰ দিনটোতে স্পুটনিক ১, পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰে।
✅২০০৬ - চনৰ আজিৰ দিনটোতে জুলিয়ান এচাংছে ৱিকিলিকছ প্ৰতিষ্ঠা কৰে।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব