০৬ অক্টোবৰ- আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
১৯ আহিন , বুধবাৰ,ইং ৬ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১১/২৯,সূৰ্য্যাস্ত 
ঘ:৫/৩/১৪

 *ৰাশি:-*  কন্যা ৰাশি। 
 *তিথি :-* অমাৱস্যা আ:ঘ:- ৪/৫১/০৯ লৈ।
 *নক্ষত্ৰ :-* হস্তা। ৰা:ঘ:- ১২/৫৩/৪০লৈ।
 *শুভ সংখ্যা:-* ৫/৩
 *শুভ ৰং :-* সেউজীয়া/ বগা ৰং‌
 *আদ্যঋতু হলে :-* বেশ্যা  যোগ।
 *মৰণত দোষ:-* নাই।
 *যাত্ৰা:-* ঈশান কোনত নাই । আ:ঘ:- ৪/৫১/৩৯ যোৱাত পূৱ  দিশত  নাই।
 *যোগিনী :-* ঈশান কোনত । আ:ঘ:- ৪/৫১/৩৯ যোৱাত পূৱ  দিশত।
*ভক্ষাভক্ষ্য:-* মাছ মাংস খোৱা নিষেধ ।আ: ঘ: - ৪/৫১/৯ যোৱাত  কোমোৰা খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, খেতিয়ক সকলৰ শুভ হব যদিও আজি আপুনি সকলো কৰ্মতে ধৰ্য্য ধৰাটো ভাল হব।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব,লগতে  প্ৰেম আৰু কৰ্মতক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  শুভ সংবাদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, আয় বৃদ্ধি হব, লগতে মনত আৰু কৰ্মত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন লাভ হব, কৰ্মত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা আপৱাদ পোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত শুভ হব, শুভ কৰ্মলৈ মনোনিবেশ হব, সন্মান বাঢ়িব, লগতে সঞ্চয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, ভোজন বিলাস বাঢ়িব, যদিও আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত কৰ্মত ন্যায় লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম আশীৰ্বাদ লাভ কৰিব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ বাঢ়িব পাৰে লগতে সজাগ নহলে বঞ্চিত   হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ব্যাৱসায়িক দিশত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হব, উকীল সকলৰ শুভ হব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ মনত ধৰ্য্য বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)