০৬ অক্টোবৰ-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0

আজি ৬ অক্টোবৰ; বছৰটোৰ ২৭৯ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰীয় শোক দিৱস।
🧭আজি হাংগেৰীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস।
🧭আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় শিক্ষক দিৱস।
🧭আজিৰ দিনটোতেই ২০১০ চনত ইনষ্টাগ্ৰাম প্ৰতিষ্ঠা হৈছিল।

📝সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)