১১ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

আজি ১১ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
🧭আজি উত্তৰ মেচিডেনিয়াৰ বিপ্লৱ দিৱস।
🧭আজিৰ দিনটোতেই ১৮৫২ চনত অষ্ট্ৰেলিয়াৰ সবাতোকৈ পুৰণি বিশ্ববিদ্যালয় ছিডনী বিশ্ববিদ্যালয়ৰ উদ্বোধন হৈছিল।
🧭আজিৰ দিনটোতেই ১৮৯৯ চনত দ্বিতীয় বোৱাৰ যুদ্ধ হৈছিল।
🧭আজিৰ দিনটোতেই ১৯৮৭ চনত ভাৰতীয় সেনাই শ্ৰীলংকাত 'অপাৰেচন পৱন' শীৰ্ষক সামৰিক অভিযান চলাইছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send