১১ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
আজি ১১ অক্টোবৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৮৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ৮১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

🧭আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস।
🧭আজি উত্তৰ মেচিডেনিয়াৰ বিপ্লৱ দিৱস।
🧭আজিৰ দিনটোতেই ১৮৫২ চনত অষ্ট্ৰেলিয়াৰ সবাতোকৈ পুৰণি বিশ্ববিদ্যালয় ছিডনী বিশ্ববিদ্যালয়ৰ উদ্বোধন হৈছিল।
🧭আজিৰ দিনটোতেই ১৮৯৯ চনত দ্বিতীয় বোৱাৰ যুদ্ধ হৈছিল।
🧭আজিৰ দিনটোতেই ১৯৮৭ চনত ভাৰতীয় সেনাই শ্ৰীলংকাত 'অপাৰেচন পৱন' শীৰ্ষক সামৰিক অভিযান চলাইছিল।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)