দৈনিক ৰাশিফল- ১১ অক্টোবৰ

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৪আহিন , সোমবাৰ,ইং ১১ অক্টোবৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২৩/৪৪,সূৰ্য্যাস্ত 
ঘ:৪/৫৭/৫৪

 *ৰাশি:-* বৃশ্চিক ৰাশি।স:ঘ:-৫/৪১/৫৫ যোৱাত ধনু ৰাশি।
 *তিথি :-* শুক্লা পঞ্চমী। প্ৰা:ঘ:- ৬/১৭/৪০ লৈ।
 *নক্ষত্ৰ :-* জেষ্ঠ্যা। স:ঘ:- ৫/৪১/৪০ লৈ।
 *শুভ সংখ্যা:-* ৮/২
 *শুভ ৰং :-* গোলপীয়া/ বগা ৰং ।
 *আদ্যঋতু হলে :-* সুভগা যোগ।
 *মৰণত দোষ:-* নাই।শে:ৰা:ঘ:- ৩/৫৪/৩৬ যোৱাত এপদ।
 *যাত্ৰা:-* দক্ষিণ দিশত নাই।প্ৰা:ঘ: ৬/১৭/৪৭ যোৱাত পশ্চিম  দিশত নাই। শে:ৰা:- ৩/৫৪/৩৬ যোৱাত বাযু কোনত নাই।
 *যোগিনী :-* দক্ষিণ দিশত।প্ৰা:ঘ: ৬/১৭/৪৭ যোৱাত পশ্চিম  দিশত। শে:ৰা:- ৩/৫৪/৩৬ যোৱাত বাযু কোনত ।
*ভক্ষাভক্ষ্য:-* বেল খোৱা নিষেধ ।প্ৰা:ঘ: - ৬/১৭/৪০ যোৱাত তিতা,শে:ৰা:- ৩/৫৪/৩৬ যোৱাত তাল  খোৱা নিষেধ ।

                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য লেহেমীয়া   হোৱাৰ  যোগ দেখা যায় ।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব,কৰ্মব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুনৰ হব, কৰ্মব্যস্ততা বাঢ়িব , লগতে ধন আগমন হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নতুন বস্ত্ৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, প্ৰেমত শুভ হব যদিও যদিও আপুনি আজি সজাগ নহলে কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত শান্তি বাঢ়িব, আত্মীয়ৰ পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ হব, উত্তম ভোজন লাভ কৰিব, যদিও আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত আনৰ সহায় সহযোগিতা লাভ হব,  মনৰ আশা পুৰণ হব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰ সজাগ হোৱাটো ভাল হব।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে বিদ্যাৰ্থী সকলে সামান্য কষ্ট পাৱ পাৰে,লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব,যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে ঘৰুৱা দিশত আজি আপুনি সজাগ হোৱাটো ভাল হব। 

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ  বৃদ্ধি হব, লগতে সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)