অসমীয়া সাধাৰণ জ্ঞান

Rinku Rajowar
0
১। কোনজন অসমীয়াক আমি ‘কলাগুৰু’ বুলি জানো?
উত্তৰ- বিষ্ণুপ্ৰসাদ ৰাভা ৷
২। কোনজন অসমীয়াক আমি ‘ৰূপকোঁৱৰ’ বুলি জানো ?
উত্তৰ- জ্যোতিপ্ৰসাদ আগৰৱালাক ৷
৩। কোনজন অসমীয়াক আমি ‘লোকপ্ৰিয়’ নামেৰে জানো ?
উত্তৰ- গোপীনাথ বৰদলৈ ৷
৪। কোনজন অসমীয়াক আমি ‘কৰ্মবীৰ’ নামেৰে জানো ?
উত্তৰ- নবীনচন্দ্ৰ বৰদলৈ ৷
৫। কোনজন অসমীয়াক আমি ‘দেশভক্ত’ নামেৰে জানো ?
উত্তৰ- তৰুণৰাম ফুকন ৷
৬। ভাৰতৰ আটাইতকৈ ডাঙৰ ইনডো'ৰ ষ্টেডিয়াম কোনটো?
উত্তৰ-ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়াম দিল্লী।
৭। বিজেন্দ্ৰ কুমাৰ সিং কোনটো খেলৰ সৈতে সম্পৰ্কিত   ?
উত্তৰ- বক্সিং।
৮। বীমৰ শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ- ক্ৰিকেট।
৯। আগা খান কাপৰ সম্পৰ্ক কোনটো খেলৰ সৈতে?
উত্তৰ- হকী।
১০। ৰাষ্ট্ৰীয় উদ্যান এখনত কি কি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়?
উত্তৰ- উদ্ভিদ আৰু প্ৰাণী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)