০২ অক্টোবৰ-সাধাৰণ জ্ঞান

Rinku Rajowar
0
🔰ষোল্লখন মহাজনপদৰ ভিতৰত শ্ৰেষ্ঠ কোনখন?
➖মগধ।
🔰জৈন পৰম্পৰা অনুসৰি জৈন ধৰ্মৰ মুঠ তীৰ্থকৰ কেইজন?
➖২৪।
🔰আগ্ৰা-স্থিত লালকিল্লা কোনে নিৰ্মাণ কৰিছিল?
➖আকবৰ।
🔰দিল্লী-স্থিত লালকিল্লা কোনে নিৰ্মাণ কৰিছিল?
➖ছাহজাহান।
🔰মুছলীম লীগৰ স্থাপন কেতিয়া হৈছিল?
➖১৯০৬।
🔰সংশোধক সমাজৰ প্ৰতিষ্ঠাতা কোন?
➖জ্যোতিবা ফুলে।
🔰জাপানৰ নতুন প্ৰধানমন্ত্ৰী কোন?
➖ফুমিঅ' কিশ্বিদা।
🔰মাটিৰপৰা শূন্যত আঘাত কৰা নতুন 'আকাশ প্ৰাইম মিছাইল'ৰ সফল পৰীক্ষণ কোনে কৰিছে?
➖Defence Research and Devlopment Organisation.
🔰বিশ্ব  হ্দয় দিৱস (২৯ ছেপ্তেম্বৰ)-২০২১ ৰ বিষয়বস্তু কি আছিল?
➖Use heart to connect.
🔰আষ্ট্ৰাৱা অ'পেন-২০২১ত মহিলা যুগলৰ খিতাপ কোনে পাইছে?
➖ছানিয়া মিৰ্জা আৰু ঝংগ শ্মুহাই।

💠সংগ্ৰাহক➖ কুঁহিস্মিতা বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)