দৈনিক ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৪কাতি, বৃহস্পতিবাৰ, ইং ১১ নৱেম্বৰ।
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৪২/৭ ,সূৰ্য্যাস্ত 
ঘ:৪/৩৩/২৯

 *ৰাশি:-* মকৰ ৰাশি।
 *তিথি :-* শুক্লা সপ্তমী। ঘ:- ১১/৫৫/৩৫ লৈ।
 *নক্ষত্ৰ :-*  শ্ৰৱনা।ৰা:ঘ:- ৮/২৫/৩৪ লৈ।
 *শুভ সংখ্যা:-* ৯/৩
 *শুভ ৰং :-*  হালধীয়া/ৰঙা ৰং।
 *আদ্যঋতু হলে :-* সুভগা  যোগ।
 *মৰণত দোষ:-* এপদ।ঘ:- ১১/৫৫/৩৫ যোৱাত নাই।
 *যাত্ৰা:-* বাযু কোনত নাই ।ঘ:- ১১/৫৫/৩৫  যোৱাত ঈশান কোনত  নাই।
 *যোগিনী :-* বাযু কোনত ।ঘ:- ১১/৫৫/৩৫  যোৱাত ঈশান কোনত ।
*ভক্ষাভক্ষ্য:-* তাল খোৱা নিষেধ। ঘ:- ১১/৫৫/৩৫যোৱাত নাৰিকল,মাছ মাংস খোৱা নিষেধ।


  ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ নতুন আচনি গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, কৰ্মত যশস্যা লাভ কৰিব,যদিও আজি আপুনি সজাগ নহলে আত্মীয় পৰিয়ালৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটো কৰ্মত ক্ষেত্ৰত সফলতা লাভ কৰিব,  লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হব আৰু সন্মান লাভ  হোৱাৰ যোগ দেখা যায়। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব,বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য দ্ৰব্য হানি  হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণতৰ সুযোগ লাভ হব যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা আহিব পাৰে লগতে সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰত হব পাৰে, কৰ্মত যোগাযোগ হব পাৰে যদিও আজি আপুনি সজাগ নহলে শত্ৰু  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, আৰ্থিক দিশত শুভ হব,লগতে আজি আপোনাৰ মনৰ আশা পুৰণ হোৱাৰ  যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধা আহিব পাৰে লগতে সামান্য মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, মনত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ ধন সম্পতি লাভ  হোৱাৰ যোগ দেখা যায়। 

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হব, লগতে কৰ্মত সামান্য জতিলতা কষ্ট পোৱাৰ যোগ দেখা যায়। 

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  পাৰিবাৰিক সুখ বাঢ়িব, প্ৰেমত শুভ হব, কৰ্মত শুভ হব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।

         -: *জ্যোতিষী* :-

শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                
" মা কামাখ্যা গেট " (নাৰ্চাৰী)
 গুৱাহাটী - ৯

Ph no -9101096481
Wp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)