(১) প্ৰসিদ্ধ সাহিত্যতিক বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে।
(২) ১৯৮২ চনৰ আজিৰ দিনটোতে ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু হয় আজিৰ দিনটোতে।
(৩) মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া ১৯৪৯ চনৰ আজিৰ দিনটোতে।
(৪) আন্তৰ্জাতিক খ্যাতিসম্পন্ন মহিলা টেনিচ খেলুৱৈ ছানিয়া মিৰ্জাৰ জন্ম হয় ১৯৮৬ চনৰ আজিৰ দিনটোতে।
(৫) ১৬৩০ চনৰ আজিৰ দিনটোতে জাৰ্মান জ্যোতিৰ্বিজ্ঞনী জহান্স কেপলাৰৰ মৃত্যু হয়।
(৬) আজিৰ দিনটোতে ১৯৮৩ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।
(৭) ২০০০ চনৰ আজিৰ দিনটোত অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে ঘোষণা কৰা হয়।
(৮) ২০০০ চনৰ আজিৰ দিনটোত ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাবে ঘোষণা কৰা হয়।
(৯) ২০০৭ চনৰ আজিৰ দিনটোত বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।
(১০) স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাৰ আজি ওপজা দিন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ